Home Uncategorized Digital Marketing কি?- এক চমু পৰিচয়

Digital Marketing কি?- এক চমু পৰিচয়

0
165

Digital Marketing কি?

আজিৰ দিনত সকলো কম অনলাইন যোগে হয়। ইন্টাৰনেটে আমাৰ জীৱন বহুত উন্নত  কাম সহজ কৰিছে আৰু ইয়াৰ সহায়ত আমি বহু সুবিধাৰ আনন্দ কেবল ফোন বা লেপটপৰ জৰিয়তে লব পাৰো।
অনলাইন বজাৰ কৰা, Ticket বুকিং কৰা, mobile ত recharge কৰা, বিভিন্ন বিল দিয়া, টকা পইচা পঠিওৱা আদি নানান কাম আমি ইন্টাৰনেটৰ জৰিয়তে কৰিব পাৰোঁ। ইন্টাৰনেটৰ প্ৰত্যেক দৰ্শকৰ এই আকৰ্ষণৰ কাৰণে ব্যৱসায় হিচাপে Digital Marketing আঁকোৱালি লৈছে।

Digital Marketing ৰ এক চমু ধাৰণা:

Digital Marketing ক অনলাইন প্লেটফৰ্ম হিচাপে জনা যায়, যত ইন্টাৰনেট বা অন্য কোনো ডিজিটেল মাধ্যমৰ জৰিয়তে নিজৰ উৎপাদিত সামগ্ৰীৰ অনলাইন বিজ্ঞাপন কৰিব পাৰে।অতীতৰ কথা, যেতিয়া বিক্ৰেতা এক সমুদাইক বজাৰত নিজৰ সামগ্ৰীৰ মূল্য, আকৰ্ষণ আৰু নিজৰ লাভৰ কথা ভাবি সামগ্ৰী বিক্ৰী কৰে।

আজিৰ দিনত অনলাইন জগতত মানুহৰ মহত্বপূৰ্ণ উপস্থিতি দেখা গৈছে। বিক্ৰেতা বোৰে নিজৰ সামগ্ৰী বিক্ৰীৰ বাবে এক বিভিন্ন উপায় ৰচে আৰু এইখিনিতে Digital Marketing ৰ অৱধা ৰণা হয় কাৰণ ই উৎপাদনৰ বিবৰণ যিকোনো ঠাইতে আৰু যিকোনো সময়তে প্ৰয়োগ কৰে। সামগ্ৰীৰ উৎপাদন কৰিবৰ বাবে চছিয়েল মেডিয়া আৰু ইন্টাৰনেটত বহু পেজ আছে।

Digital Marketing কৰি কেনেকৈ টকা উপাৰ্জন:

Digital Marketing টকা উপাৰ্জন কৰাৰ সহজ উপায় নহয়, বেলেগ চাকৰিৰ দৰে এই কামটো সময় দিব লাগিব। এই কামত নিয়োগ হোৱাৰ আগতে ইয়াৰ প্ৰাথমিক কথাবোৰ শিকিব লাগিব। এইবোৰৰ পিছতহে Digital Marketing ৰ পৰা টকা উপাৰ্জন কৰা নানান পথ বিচাৰিব পাৰে।

এতিয়া এনকুৱা দিন আহিল যত অনলাইন যোগে টকা উপাৰ্জন কৰা বহু ৱেব ইন্টাৰনেটত উপলব্ধ হল। এই সময় আৰু বয়সত টকা – পইচা উপাৰ্জন কৰা বিভিন্ন ধৰণৰ উপায় উপলব্ধ আছে। অনলাইন টকা উপাৰ্জন কৰা কাৰণে নবীন তম চৰ্চা Digital Marketing ৰ পৰা হয়। এই Digital marketing ঘৰৰ পৰা বাহিৰত নোলোৱাকৈ, কোনো অফিচত নো যো ৱাকৈ টকা উপাৰ্জন কৰাৰ সহজ উপায় বোৰৰ ভিতৰত এটা। এতিয়া বহুতে ভাবিব পাৰে Digital Marketing ৰ পৰা টকা কেনেকৈ উপাৰ্জন কৰে?
এই ক্ষেত্ৰত মন কৰিবলগীয়া, ইয়াৰ আগতে ডিজিটেল মাৰ্কেটিঙ শব্দটো বুজিবলৈ আৰু ডিজিটেল মাৰ্কেটিঙৰ সহায়ত অনলাইন টকা গোটাবলৈ আগ বাঢ়ি ব লাগিব।
আপুনি Digital Marketing ৰ জৰিয়তে টকা উপাৰ্জন কৰা বিষয়টোত গম্ভীৰ নে?
আমাৰ এই ডিজিটেল মাৰ্কেটঙ অনলাইন পাঠ্যক্ৰমৰ সহায়ত আপুনিও এজন পূৰ্ণ সঠিক ডিজিটেল মাৰ্কে টাৰ হব পাৰে।

এইবোৰৰ উপৰি, আপুনি যিমান অধিক শিকে আৰু যিমান বেছি Digital Marketing ৰ কৌশল বোৰ অভ্যাস কৰে, ইয়াৰ পৰা আপুনি যথেষ্ট উপাৰ্জন কৰিব পাৰে।

Digital Marketing ৰ আৱশ্যকতা:

এতিয়া আধুনিকতাৰ সময় আৰু এই আধুনিক সময়ত প্ৰত্যেক বস্তুৰে আধুনিকৰণ হৈছে। এই ক্ৰমতে ইন্টাৰনেট ও এই আধুনিকতাৰ অংশ হৈছে, যি জঙ্ঘলৰ জুইৰ দৰে সকলো ফালে বিয়পি আছে। Digital Marketing ইন্টাৰনেটৰ জৰিয়তে কাৰ্য কৰিবলৈ সক্ষম।

আজিৰ দিনত প্ৰত্যেক ব্যক্তি ইন্টাৰনেটৰ সৈতে জৰিত আৰু তাৰ প্ৰয়োগ আমি সকলো ক্ষেত্ৰতে সহজতে কৰিব পাৰোঁ। যদি আপুনি কোনোবাক লগ কৰিব খোজে কব মৰ হাতত সময় নাই, কিন্তু Social Media ঠাইবোৰত সেই ব্যক্তি জনৰ আপোনাৰ সৈতে কথা পতাত কোনো সমস্যা নহয়। এইবোৰ কথাকে লক্ষ্য কৰি Digital Marketing এ নিজৰ ঠাই লৈ লৈছে।

Digital Markering দ্বাৰা টকা উপাৰ্জন কৰা পথবোৰ:

Digital Marketing দ্বাৰা টকা উপাৰ্জন কৰা বিভিন্ন আকৰ্ষক উপায় বা প্ৰকাৰ আছে আৰু কিছুমানৰ বিষয়ে তলত চমুকৈ জনোৱা হল……..

কিছুমান পথ আছে যাৰ সহায়ত Digital Marketing ৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰি। সেইবোৰক বুজিবলৈ ইংৰাজী শব্দবোৰ ব্যৱহাৰ কৰা যাওক। যেনে_
1. Content Marketing
2. Blogging
3. SEO
4. Website Designing
5. Social Media Marketing
6. Affiliate Marketing
7. Mobile Marketing
8. Email Marketing

SEO: এইটো এনে এক কৌশল মাধ্যম, যিয়ে ৱেবচাইট বোৰক Search Engine (Google, Yahoo, Firefox,) ত সকলোতকৈ ওপৰত ঠাই দিয়ে যাৰ কাৰণে আপোনাৰ ৱেবছাইটত দৰ্শন বা Visitor যথেষ্ট বৃদ্ধি পায়। এই কাম কৰিবৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰিব লগা হয়, সেইবোৰৰ ভিতৰত Keyword Research আৰু SEO ৰ নিয়মাৱলী সমূহ পালন কৰিব চলিব লাগে।

Social Media: এই Social Media বহু ৱেবচাইট মিলি তৈয়াৰ হৈছে। সেইবোৰৰ ভিতৰত_ Facebook, Twitter, Instagram, Linkedin আদি। Social Media ৰ জৰিয়তে ব্যক্তিয়ে নিজৰ বিচাৰ হাজাৰ মানুহৰ আগত ৰাখিব পাৰে। আপুনি বহু Social Media ৰ বিষয়ে জানে। যেতিয়া আমি এইবোৰ চাই থাকোঁ কিছু কিছু ঠাইৰ অন্তৰালত বিজ্ঞাপন দেখি থাকোঁ, এই বিজ্ঞাপনৰ কাৰণে কাৰিকৰী আৰু সুবিধা দায়ক বহু মাধ্যম আছে।

Email Markering: যি কোনো কোম্পানীৰ দ্বাৰা নিজৰ উৎপাদিত সামগ্ৰী ই Email ৰ জৰিয়তে গ্ৰাহকক পঠিওৱা এ Email Marketing, এই marketing পৰিকল্পনা যিকোনো কোম্পানীৰ কাৰণে আবশ্যক, কাৰণ সকলো কোম্পানীৰ নতুন প্ৰস্তাৱ আৰু ৰেহাই সকলো গ্ৰাহকৰ বাবে সমান অনুযায়ী দিয়ে যাৰ কাৰণে Email marketing এটি সুগম পথ।

Affiliate Marketing: ৱেবচাইট, ব্লগ নাইবা লিংকৰ মাধ্যমত উৎপাদিত সামগ্ৰীৰ বিজ্ঞাপন কৰাত যি শ্ৰম দক্ষতা হয় সেই এ Affiliate Marketing। ইয়াৰ অন্তত আপুনি আপোনাৰ লিংক বনায় আৰু আপোনাৰ সামগ্ৰী সেই লিংকত দিয়ে। যেতিয়া গ্ৰাহকে সেই লিংক টিপি আপোনাৰ সামগ্ৰী কিনে তেতিয়া আপুনি সেই সামগ্ৰীৰ মূল্যৰ পৰা কিছু শতাংশ কমিছন পাব।

Digital Marketing ৰ উপযোগিতা:

আপুনি আপোনাৰ website ত নিজৰ উৎপাদিত সামগ্ৰী বিজ্ঞাপন দেখাই লেটাৰ বক্স ত পঠিয়াব পাৰে। কিমান মানুহে সেইবোৰ চাইছে এইটো জানিব পৰা যায়।
আটাইতকৈ বেছি দৰ্শক কোনটো ৱেবছাইটত আছে – প্ৰথমতে এইটো জানি লোৱা, তাৰ পিছত আপুনি সেই ৱেবছাইটত নিজৰ বিজ্ঞাপন দেখাব পাৰে যাতে অধিক মানুহে সেইবোৰ চায়।
কিছুমান বিশেষ Tool ৰ সহায়ত আপুনি এইটো জানিব পাৰে আজিকালি মানুহে কি, কেনেকুৱা সামগ্ৰীত বেছিকৈ আকৰ্ষিত হৈছে। আৰু এইবোৰ কৰিবৰ কাৰণে কিছুমান বিশেষ কৌশল আছে যাৰ বলত আপুনি উপভোক্তাৰ ৰুচি অৰুচি আদিৰ বিষয়ে জানিব পাৰে।
আপুনি নিজৰ উপভোক্তাৰ সৈতে কি ধৰণে সম্পৰ্ক বজাই ৰাখিছে এই বিষয় অতি মহত্বপূৰ্ণ। আপুনি তেওঁলোকৰ আৱশ্যকতা ৰ লগত পছন্দ ৰ প্ৰতিও যাৰ ফলত আপোনাৰ ব্যৱসায়ত বৃদ্ধি হব।
গ্ৰাহক বা দৰ্শকৰ বিশ্বাস ও আপোনাৰ কাৰণে অতি দৰকাৰী। আপোনাৰ বিজ্ঞাপন দেখি সামগ্ৰী ক্ৰয় কৰিবলৈ সংকো চ নকৰি শীঘ্ৰে লৈ লয়। তেওঁলোকৰ বিশ্বাসক নিজৰ বিশ্বাস দিব লাগিব। গ্ৰাহকক আশ্বাস দিয়া আপোনাৰ দায়িত্ব। যদি কাৰোবাৰ সামগ্ৰী পছন্দ নহয় তেতিয়া ইয়াক সলনি কৰাৰ বাবে তেওঁলোকৰ অভিমত আপোনাৰ তালৈকে আহিবলৈ Ebook আবনৰ সহায়ক হব পাৰে।

Digital Marketing এনে এক মাধ্যম হৈ গৈছে যাৰ সহায়ত Marketing বা ব্যৱসায় বঢ়াব পাৰি। ইয়াৰ উপ য়োগ দ্বাৰা সকলোৱে লাভান্নিত হয়। উপভোক্তা আৰু বিক্ৰেতাৰ মাজত ভাল তাল – মিল হৈ থাকে, এই সাম জস্য হৈ থাকিবলৈ Digital Marketing দ্বাৰা পূৰ্ণ কৰিব পৰা যায়। Digital Marketing আধুনিকতাৰ এক অনন্য উদাহৰণ।

আশা কৰিছোঁ আপুনিও Digital Marketing কৰি লভান্নিত হব।

 

 

Leave your vote

1 point
Upvote Downvote

Total votes: 1

Upvotes: 1

Upvotes percentage: 100.000000%

Downvotes: 0

Downvotes percentage: 0.000000%

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Hey there!

Forgot password?

Forgot your password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Close
of

Processing files…