Home তথ্য মহাত্মা গান্ধীৰ অমূল্য বিচাৰ

মহাত্মা গান্ধীৰ অমূল্য বিচাৰ

0
144

গান্ধী জয়ন্তীৰ দিনাখন
মহাত্মা গান্ধীৰ অমূল্য বিচাৰ পঢ়ো আহক

 

আজি মই আপোনালোকৰ লগত মহাত্মা গান্ধীৰ অমূল্য বিচাৰ কিছুমান জনাম, মহাত্মা গান্ধী এটা এনে নাম যি অকল ভাৰততে নহয় বিশ্বৰ যিকোনো ঠাইতে কোনো পৰিচয়ৰ প্ৰয়োজন নাই। সত্য আৰু অহিংসাৰ পূজাৰী যিয়ে কোনো অস্ত্ৰ নোহোৱাকৈ ইংৰাজ সকলক দেশ এৰি খেদি পঠাইছিল আৰু ভাৰতক স্বাধীন কৰি দিছিল। তেতিয়া হলে পলম নকৰি আৰম্ভ কৰো এই মহান আত্মাৰ ব্যক্তিজনৰ কিছুমান অমূল্য বোৰক জানো আহক

Source: U4uvoice.com

“ব্যক্তি নিজৰ বিচাৰৰ দ্বাৰা নিৰ্মিত এটা প্ৰাণী,
তেওঁ যি ভাবে সেইটো হৈ যায়।
সদায় নিজৰ বিচাৰ বোৰক,
শব্দ আৰু কৰ্মবোৰৰ পূৰ্ণ
সানজস্যক লক্ষ্য ৰাখি বা।
সদায় নিজৰ বিচাৰ বোৰক
শুদ্ধ কৰাৰ কাৰণে লক্ষ্য ৰাখক
আৰু সকলো ভাল হৈ যাব।”

 

 

“চকুৰ সলনি চকু গোটেই
বিশ্বক অন্ধ কৰি দিব।
অকণমান অভ্যাস বহুবোৰ উপদেশতকৈ অন্যতম।
নিজেই সেই পৰিবৰ্তন আনা
যি তুমি গোটেই বিশ্বত দেখিব বিচাৰিছা।”

প্ৰথমে তেওঁ আপোনাক ধ্যান নিদিব,
পিছত তেওঁ আপোনাক হাঁহিব,
তাৰ পিছত তেওঁ আপোনাৰ লগত কাজিয়া কৰিব
আৰু তেতিয়া তুমি বিজয়ী হব।

 

 

“সুখ তেতিয়া পাবা যেতিয়া আপুনি
যি ভাবিচে, যি কৈছোঁ
আৰু যি কৰিছোঁ, মিল থাকিলেহে।
যেতিয়া কোনো ভুল কৰাৰ স্বতন্ত্ৰতা নাথাকে
তেতিয়ালৈকে স্বাধীনতাৰ কোনো অৰ্থ নাথাকে
নিজৰ ভুলক স্বীকাৰ কৰি থকা জাৰু
লগাৰ সমান
যি ঠাইখিনিক চমচমোকীয়া
আৰু চা ফা কৰি যিয়ে মই মৰিবৰ কাৰণে সাজু আছো
কিন্তু এনে কোনো কাৰণ নাই যাৰ কাৰণে মই মাৰিব সাজু আছো।”

 

“মোৰ ধৰ্ম সত্য আৰু 

অহিংসাৰ ওপৰত আধাৰিত,
সত্য মোৰ ভগৱান
অহিংসা তাক পোৱাৰ
সাধন।”

 

 

“সাতটা ঘোৰ পাপ”

কামৰ অবিহনে ধন
অন্তৰাত্মা অবিহনে সুখ
মানৱতা অবিহনে বিজ্ঞান
চৰিত্ৰ অবিহনে জ্ঞান
সিদ্ধান্ত অবিহনে ৰাজনীতি
নৈতিকতা অবিহনে বেপাৰ
আৰু ত্যাগ অবিহনে পূজা।”

 

 

মই কাকোৱে নিজৰ লেতেৰা ভৰিৰ সতে
মোৰ মনেৰে পাৰ হব নিদিও।

 

“মোৰ অনুমতি অবিহনে কোনোৱে
মোক দুখ দিব নোৱাৰে,
পাপক ঘৃণা কৰা,
পাপীক প্ৰেম কৰা।”

 

“তুমি যি কৰিবা সেয়া নগণ্য হব
কিন্তু সেইটো জৰুৰী যে সেইটো তুমি কৰা।”

 

 

“জিদিনাখন প্ৰেমৰ শক্তি
শক্তিৰ প্ৰেমত মিলি যাব এই বিশ্বত শান্তি আহি যাব।”

“হব পাৰে আপুনি কেতিয়াও জানিব নোৱাৰিলে
আপোনাৰ কামৰ পৰিণাম কি হল,
কিন্তু যদি আপুনি আজি নকৰে
তেতিয়া আকৌ পৰিণাম নাপাবা”

এইকেইটা আছিল মহাত্মা গান্ধীৰ কিছুমান অমূল্য বিচাৰ। আশা কৰিছোঁ আপুনি মোৰ এই চেষ্টা ভাল পাব। যদি গান্ধীজীৰ এই বিচাৰ কেইটা ভাল লাগিছে share কৰিব, ধন্যবাদ।

Leave your vote

0 points
Upvote Downvote

Total votes: 0

Upvotes: 0

Upvotes percentage: 0.000000%

Downvotes: 0

Downvotes percentage: 0.000000%

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Hey there!

Forgot password?

Forgot your password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Close
of

Processing files…