কৰণা ভাইৰাছৰ লক্ষণ (Symtoms of Coronavirus)
এই বিষয়ত কৰণা ভাইৰাছৰ এনে কেইটামান লক্ষণৰ কথা যদি জনাম যদি আপোনাৰ দেখা হৈছে এই লক্ষণ তেন্তে শীঘ্ৰে পৰীক্ষা কৰক। তেন্তে আৰম্ভ কৰোঁ, মানুহৰ মাজত কৰণা ভাইৰাছৰ লক্ষণ বেলেগ বেলেগ ধৰণে নজৰ আহি আছে বা প্ৰকাশ পাইছে। অধিক মানুহৰ সংক্ৰমিত কিছুমান সাধাৰণ লক্ষণ দেখা পোৱা গৈছে।
কৰণা ভাইৰাছ মহামাৰীয়ে গোটেই বিশ্বতে তীব্ৰ বেগেৰে বিয়োপী আছে। এই ৰোগৰ পৰা বাচিবৰ বাবে বিশ্বৰ ডাক্তৰ- বিজ্ঞানিক ইয়াৰ ভেকচিন বনাবলৈ সম্পূৰ্ণ চেষ্টাৰে কাম কৰি আছে। বিষয়তে বিশ্বৰ স্বাস্থ্য কেন্দ্ৰৰ লগতে অন্য স্বাস্থ্য কেন্দ্ৰ বোৰে মানুহক সাৱধান হৈ থাকিবলৈ গাইডলাইনৰ পালন কৰিবলৈ উপদেশ দি আছে। কিছুদিন আগতে এই ভাইৰাছ বহু বেগেৰে বিয়পী আছিল। তেতিয়া হলে জানক কৰণা ভাইৰাছৰ এনে কিছুমান লক্ষণৰ বিষয়ে যদি আপোনাৰ ও দেখা দিয়ে এই লক্ষণ তেন্তে পলন নকৰি এবাৰ চেক কৰক, যাৰ দ্বাৰা আপুনি নিজক সুৰক্ষিত কৰি ৰখাৰ লগতে নিজৰ পৰিয়ালকো ইয়াৰ সংক্ৰমণৰ পৰা বচাব পাৰে।
শুকান কাঁহ হোৱা
বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ ৰিপোৰ্টত কৈছে যে কিছুমান মানুহৰ শুকান কাঁহৰ সমস্যা হৈ যায়।
বন্ধ বা বৈ থকা নাক
ঋতু সলনি হোৱাৰ লগে লগে এই সমস্যই হোৱা সাধাৰণতে কথা। কিন্তু আপোনাক জনাও যে কৰণাৰ লক্ষণৰ ভিতৰত ই ও এটা লক্ষণ। WHO ৰ মত অনুসৰি কৰণা দ্বাৰা সংক্ৰমিত 5% ৰোগীৰ এই সমস্যাৰ সন্মুখীন হব লগা হৈছে।
বহু বেছি অসুখ বা জ্বৰ
যদি কোনো ব্যক্তিৰ হঠাৎ বহু বেছি জ্বৰ হৈ যায় আৰু যদি সহজতে ভাল নাপায়। তেতিয়া হলে এবাৰ ডক্তৰৰ লগত নিশ্চয় সম্পৰ্ক কৰক।
ভাগৰ লগা
কৰণা সংক্ৰমিত মানুহৰ যি অধিক ভাগৰৰ সমস্যা হৈ যায়। কিন্তু বাধ্যতা নহয় যে ই কৰণাৰ দ্বাৰা সংক্ৰমিত। বহু ক্ষেত্ৰত অধিক শাৰীৰিক পৰিশ্ৰম, কাম বা অন্য কাৰণতো এই সমস্যা হোৱা দেখা যায়।
গল বা ডিঙিত বিষ
সংক্ৰমিত কিছুমান মানুহৰ ডিঙিত খচখোচনি আৰু বিষৰ সমস্যাও দেখা পোৱা গৈছে। কিন্তু ডিঙিৰ সমস্যা ঋতু সলনি নাইবা এলাৰ্জিৰ কাৰণেও হব পাৰে।
সোৱাদ আৰু গোন্ধ
যিকোনো খাদ্য বা সামগ্ৰীৰ সোৱাদ আৰু গোন্ধ নোপোৱা টোও কৰণা ভাইৰাছৰ এটা লক্ষণ। সেই কাৰণে আপুনি যদি অনুভৱ কৰে এই সমস্যা তেন্তে পলম নকৰি চেক কৰক।
উশা লোৱাত কঠিন তা বা উশাহ লোৱাত কষ্ট
এই লক্ষণটো আটাইতকৈ বেছি দেখা গৈছে আৰু এই লক্ষণটোক কৰণাৰ সকলোতকৈ গম্ভীৰ লক্ষণ হিচাপে মানি লোৱা হৈছে।
যদি আপোনাৰ ওপৰত উল্লেখ কৰা লক্ষণ বোৰৰ এটাও হোৱা যেন অনুভৱ হয় তেনেহলে পলম নকৰিব, কাৰণ আপুনি যি সাধাৰণ বুলি ভাবিচে সেয়া আনৰ কাৰণে মৃত্যুৰ কাৰণ হব পাৰে। গতিকে নিজৰ লগতে পৰিয়াল, লগতে সমাজ তথা গাঁও, দেশৰ জনসাধাৰণৰ কথা ভাবি আমি সকলোৱে কৰণাৰ বিষয়ে সজাগ হৈ থকা উচিত। বিষয়টো ভাল লাগিছে যদি Like – Share কৰিব।