Home দুখৰ বাণী Assamese Quotes | Sad Quotes in Assamese | Sad Status in Assamese

Assamese Quotes | Sad Quotes in Assamese | Sad Status in Assamese

8
412

Sad Quotes:

জীৱন কোনো মানুহৰ সদায় একসমান হৈ নচলে, সুখ দুখ দুয়োটাই থাকে। এনে কোনো মানুহ নাই যিয়ে জীৱনত দুখ পোৱা নাই। যেতিয়া আমাৰ ওচৰত কোনো নাথাকে কিছু মানুহে Sad Quotes ৰ সহায়েৰে নিজৰ নিজৰ দুখ বেদনা অন্য মানুহৰ লগত ভগাই লয়। যদি আপুনিও কিবা শোকত আছে তেন্তে মই লৈ আহিছো,  কিছুমান Quotes যি পঢ়ি আপুনি নিজৰ মনৰ দুখ আনৰ লগত ভগাই লব পাৰিব। আশা কৰিছোঁ পঢ়ি আপোনাৰ মনটো ভাল লাগিব। তেতিয়া হলে আৰম্ভ কৰো Sad Quotes in Asaamese

Assamese Quotes | Sad Quotes in Assamese | Sad Status in Assamese

“জীৱনত প্ৰেমেই সকলো নহয়, কাৰণ
কেৱল প্ৰেমত সফলেই সফলতা নহয়
তোমাক সফল কৰিব পাৰে এনে প্ৰেম কৰিবা
সফলতা দেখিহে কোবা
প্ৰেম প্রেমেই নহয়”

 

 

 “ক্ষন্তে কীয়া সময়ৰ কাৰণেই সঁচা, হাঁহিৰে লগ পাইছিলো মোৰ জীৱনটি

আজিও যেতিয়া সেই পলটো মনত পৰে, মনৰ পৰা সকলো দুখবোৰ পাহৰি যায় কিয় এই অন্তৰে“!

 

 “যেতিয়া প্ৰেম বিচ্ছেদ হয়
কোনো নহয় কোনো কাৰণতে হয়”

 

 

“অঘটত হৈ কোনো আশা ভাঙি যায় তেতিয়া কি হয়?
সময়ে অস্তিত্বক দেখুৱাব নোৱাৰে।
দুৰ হৈ গলেও অনুভৱ শেষ নহয়,
প্ৰেম যি অন্তৰৰ সম্পৰ্ক
এনে সম্পৰ্ক যি পথত ফুটি  নুঠে,
তুমি আনৰ ৰাতিৰ হাঁহি আনন্দ ই সঁচা;
মোৰ প্ৰত্যেক ৰঙত জৰিত তুমি আছা
তোমাতেই ৰচনা হয় মোৰ আশা, ইচ্ছা
তুমি জেনেকা পৰিস্থিতি দি যোৱা
মোৰ লক্ষ্য স্থান তুমিয়েই”

 

 “নীৰৱ কান্দো মই কিন্তু শিকিলোঁ হাঁহিব মানুহৰ লগত আৰু
এতিয়া নাই তোমাৰ প্ৰয়োজন 

তুমি উভতিও নাহিবা

শিকিলোঁ তোমাক এৰি থাকিব এই দুনিয়াত”

 

 

 “সৰু সৰু কথা কৈ ডাঙৰ কেনেকৈ হবা, সৰু ৰাস্তাৰ পৰা ওলালেহে খোলা পথ পাবা”

 

 

 “তুমি কৰিব নোৱাৰিলা তাতে কি! মই মোৰ প্ৰেমৰ সমাপ্তি কৰিম
তোমাক ওচৰত পোৱা নহ’ল ভাগ্যত
মই মোৰ সন্তানক তোমাৰ নাম দিম”

 

 

 “তোমাৰ স্মৃতিৰ ভয়ত মই কতো গুচি নাযাও
অকশৰীয়াৰে আৱৰি থকা সেই ঘৰ সলনি নকৰো
জীৱনৰ যিকোনো মূহুৰ্ততে তোমাৰ ফোন আহিব পাৰে
সেই আশাতে মই মোৰ নম্বৰ সলনি নকৰো”

 

 “একমাত্ৰ মইয়ে কান্দিছো তাইৰ প্ৰেমত এয়া সঁচা নহয়
কান্দিছে তাইয়ো কিজানি!
বহুত কষ্টৰে ডিলিট কৰিছো তাইৰ নম্বৰ,
মোৰ নম্বৰ ডিলিট কৰাৰ সময়ত হাত খন তাইৰোঁ কপিছিল কিজানি”

 

 

 “দুৰ কোনোৱা ঠাইত হাঁহি ধেমালি চলিছে
আকৌ এজন কৰা অকলশেৰে থাকিছে,
যদিও নতুন চেহেৰা লাখ লাখ আগেদি ঘূৰে
মনত টো তোমাৰ আগৰ চেহেৰাই থাকিব”

 

 

 “এটা সময় আছিল তোমাক বহুত ভাল পোৱা,
এটা সময় আছিল তোমাৰ কথা চিন্তা কৰা,
এটা সময় আছিল তোমাক হাজাৰ মেচেজ কৰা,
এটা সময় আছিল তোমাৰ পৰা ভিন্ন হব ভয় কৰা,
তুমি এৰি নিদিবা! এৰি নিদিবা!
এই ভয়ত নিৰাশা হব লগা হোৱা,
ইমান অপমানিত হৈছো প্ৰেমত
ইমান অপমানিত হৈছো
সদায় সদায় এৰা এৰি কথাত.
 এতিয়া তুমি এটা নহয় এশটা ল’ৰাক এৰি দিয়া”

 

 

12. “মানুহৰ মনটো কেনেকুৱা ঘৰ!
য’ত সোমাবলৈ আছে পথ, কিন্তু ঘূৰি আহিবলৈ নাই কোনো ৰথ,
সেয়ে মনৰ পৰা গুচি যোৱা জনে মন ভাঙি যায়, কাৰণ
উভতি আহিব পথ বিচাৰি নাপায়”

 

যদি ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু Quotes সংযোগ কৰা যাব এই মাথো আৰম্ভহে।

 

 

Leave your vote

-1 points
Upvote Downvote

Total votes: 5

Upvotes: 2

Upvotes percentage: 40.000000%

Downvotes: 3

Downvotes percentage: 60.000000%

8 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Hey there!

Forgot password?

Forgot your password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Close
of

Processing files…