Home ইন্টাৰনেট ভাৰতৰ আটাইতকৈ বেছি উপাৰ্জন কৰা Youtubers

ভাৰতৰ আটাইতকৈ বেছি উপাৰ্জন কৰা Youtubers

2
186

এই বিষয়ত জনাম ভাৰতৰ আটাইতকৈ বেছি টকা উপাৰ্জন কৰা youtuber. এই উপাৰ্জন ধৰাবন্ধা নহয় কম বেছি হব পাৰে। আমি youtube ত বহু চেনেল দেখা পাওঁ যাৰ subscriber মিলিয়ন ত আছে আৰু তেওঁলোকৰ সকলো ভিদীও চাৰিওফলে বিয়পি পৰে। আৰু তেওঁলোকৰ ভিডি অ দেখি বহুতে ভাবে এই youtuber জনে কিমান টকা উপাৰ্জন কৰে। আজিৰ বিষয়ত ভাৰতৰ কেইজনমান জনপ্ৰিয় yotuber আৰু তাৰ উপাৰ্জন বিষয় জনাম, সেয়ে সম্পূৰ্ণ পঢ়িব।

1. Technical Guruji

তেকনলজিৰ জগতত টেকনিকেল গুৰুজি এনে এটা নাম হৈছে যে প্ৰায় সকলো মানুহে এই নামটোৰ বিষয়ে জানে। Tech জগতত টেকনিকেল গুৰুজি হোৱা ইমান সহজ নাছিল। গৌৰৱ চৌধুৰীৰ সৰুৰে পৰাই টেকনিকেল জগতত বহু মনোযোগ আছিল। যেতিয়া তেওঁ স্কুলত পঢ়ি আছিল তেতিয়া তেওঁ কম্পিউটাৰ ৰ basic programing language শিকিছিল, যি তেওঁৰ বয়সৰ লৰাই বুজিও নাপাইছিল আৰু জী বয়সত ভালদৰে লিখা পঢ়া কৰাও কঠিন, সেই বয়সত তেওঁ ইমান কঠিন ভাষা শিকি আছিল। যিদৰে তেওঁ জীৱনত ডাঙৰ হৈ আহিল তেওঁ নিজৰ পঢ়া শুনাও tech বিষয়তে কৰিলে আৰু এই বিষয়ত ইমান জ্ঞান আয়ত্ব কৰি ললে যে এটা সময়ত তেওঁ নিজৰ জ্ঞানক আনৰ লগত চে য়াৰ কৰিব বিচাৰিলে। 18 অক্টোবৰ 2015 চনত এটা ইউটিউব চেনেল আৰম্ভ কৰিলে যাৰ নাম তেওঁ Technical Guruji ৰাখে। তেওঁৰ জ্ঞান আৰু কথাকোৱাৰ ভংগী মানুহে পছন্দ কৰিলে আৰু লাহে লাহে তেওঁৰ চেনেল যথেষ্ট উন্নতি কৰিলে। 2016 ৰ মে” ত তেওঁ আৰম্ভণিৰ 1 লাখ subscriber আয়ত্ব কৰিলে আৰু 1.5 বছৰৰ ভিতৰতে 1 মিলিয়ন subscriber হল, ই দিন প্ৰতিদিনে বৃদ্ধি হৈয়ে থাকিল। গুৰুজিৰ উপাৰ্জন শুনি বহুতৰ চক লাগিব পাৰে। আজিৰ দিনত তেওঁৰ মাহিলী উপাৰ্জন 1.2 কৌটি টকা । ইয়াৰ লগতে ই ভাৰতৰ আটাইতকৈ ডাঙৰ Technical চেনেল হৈ পৰিছে।

2. BB ki Vines

ভূৱন বাম ইউটিউবৰ এনে এটা নাম যাক ইউটিউব চলোৱা প্ৰায় সকলোৱে জানে। এখেতে বহু কম সময়তে বহু বেছি সফলতা লাভ কৰিছে আৰু নিজৰ নামক অন্য স্থান উপনীত কৰাইছে। কিন্তু আপুনি জাণেনে তেওঁৰ এই চেনেলটো এটা সৰু ধেমালিক লৈ আৰম্ভ হৈছিল। যেতিয়া তেওঁ নতুন মোবাইল ৰ সন্মুখৰ কেমেৰা চেক কৰি আছিল এটা তেওঁ কমেডি ভিদিও ৰেকৰ্ড কৰিলে আৰু facebook ত আপলোড কৰি দিলে, তেওঁ এটা নাজানিছিল যে ফালতুত বনোৱা এই ভিদিও টোৱে তেওঁৰ ভবিষ্যত বনাই দিব। এই ভিদিওটো ফেচবুকত বহু বিয়োপি পৰিল তাৰ পিছত তেওঁ youtube চেনেল এটা আৰম্ভ কৰিলে আৰু তাৰ পিছত যি হল আজি সেইবোৰ সকলোৰে সন্মুখত। যেতিয়া এটা ইণ্টাৰ্ভিউত তেওঁৰ উপাৰ্জনৰ কথা সোধা হৈছিল, তেওঁ কয় মাহিলী উপাৰ্জন প্ৰায় 1 কৌটি টকা।

3. আশীষ সঞ্চলনি

এখেত ভাৰতৰ আটাইতকৈ ডাঙৰ youtuber ৰ ভিতৰত এজন। এওঁৰ subscriber দেখি আচৰিত হব আৰু আজিও তীব্ৰ বেগেৰে আগবাঢ়ি আছে। বহু কম সময়তে তেওঁ এই চেনেল টোক নতুন স্থানত লৈ গৈছে। প্ৰথমতে তেওঁ চেনেলত ফিল্মৰ কিছুমান scene লৈ দাবিং কৰি কমেডি ভিদিও বনাইছিল যিবোৰ বহু মানুহে ভাল পালে, এইদৰে তেওঁ কমেডি আৰু ভিদিওত বহু পৰিবৰ্তন কৰিলে। এনেকৈও তেওঁ ৰৈ নাথাকিল আৰু তেওঁ এটা দল তৈয়াৰ কৰিলে আৰু বহু বেছি কমেডি ভিডীও বনোৱা কৰিলে যাৰ ফলত তাৰ subsceiber বেগেৰে বৃদ্ধি পাবলৈ ধৰিলে। তেওঁৰ নিজৰ ভিদিও ৰ script তেওঁ নিজেই লিখে। এটা সন্ধানৰ পৰা পোৱা গৈছে এখেতে মাহেকি 53 লাখৰ পৰা 70 লাখলৈ উপাৰ্জন কৰে।

4. Fact Techz

Fact Techz চেনেলৰ owner ৰাজেশ কুমাৰ। এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ তথ্যমূলক চেনেল। এই youtuber জনে সকলোতকৈ কম সময়তে 10 মিলিয়ন Subscriber আয়ত্ব কৰে। সৰুৰে পৰা তেওঁৰ বিজ্ঞানৰ বিষয়ত আকৰ্ষণ আছিল। সেয়ে তেওঁ সদায় নতুন বিষয় শিকা কৰিছিল। ইমানবোৰ জ্ঞান লোৱা পিছত 2016 চনৰ জুলাই মাহত Fact Techz নামৰ youtube চেনেল এটা খুলিলে। তেওঁ চেনেলটোৰ নামত বছৰ বছৰ ধৰি কষ্ট কৰি থাকিলে যত তেওঁ time travel, black hole বিজ্ঞানৰ লগত জৰিত বহু ৰহস্য জনক ভি দি ও বনোৱা কৰিছিল আৰু এইটো ভাৰতৰ প্ৰথম চেনেল হৈ পৰিল যিয়ে কেবল এক বছৰতে 1 মিলিয়ন Subscriber আয়ত্ব কৰিবলৈ সক্ষম হয় আৰু 2 বছৰ 11 মাহ 13 দিনত 10 মিলিয়ন subscriber হৈ গল আৰু আজিৰ দিনত তেওঁৰ মাহিলী উপাৰ্জন 30 লাখৰ পৰা 45 লৈ হয়।

5. Carryminati

The Roast King নামে প্ৰখ্যাত carryminati ৰ আচল নাম অজয় নাগৰ। আজিৰ দিনত ই ইমান জনপ্ৰিয় হৈ পৰিছে যে youtube আৰু Tik Tok চোৱা প্ৰত্যেক ব্যক্তিয়ে তেওঁক চিনে। অজয় নাগৰৰ পৰা carryminati লৈ তেওঁৰ যাত্ৰা বহু মনোৰম। যেতিয়া তেওঁ 12 বছৰৰ আছিল তেতিয়া তেওঁ STEALTHFEARZZ নামৰ এটা youtube চেনেল খুলিছিল যত তাৰ যি ইচ্ছা তাকে লৈ ভিদীও বনাই দিছিল। যত তেওঁ কেতিয়াবা Windows 7 ৰ কিছুমান Featured ৰ কথা কয় আৰু কেতিয়াবা ফুটবলৰ কিছুমান ট্ৰিক্স চেয়াৰ কৰে। এইবোৰ কৰি তেওঁ বিশেষ একো ফলাফল পোৱা নাছিল তাৰ পিছত 2014 চনৰ 30 অক্টোবৰত 15 বছৰ বয়সত এটা নতুন চেনেল খুলিলে যাৰ নাম Addicted A1 ৰাখিলে যত তেওঁ কাউন্তৰ ষ্ট্ৰাইক নামৰ এটা গেম খেলা কৰিছিল আৰু লগতে তাত তেওঁ কিমেন্ত্ৰিও কৰা কৰিছিল আৰু কমেডি ৰ ভংগীত তেওঁ Sani Deol ৰ মিমিক্ৰি কৰিছিল তাৰ পিছত সি চেনেল টোৰ নাম সলনি কৰি Carrydeol কৰি ললে। তাৰ পিছৰে পৰা তেওঁ সৰু সুৰা কলাকাৰৰ ৰঅষ্টিং কৰা আৰম্ভ কৰি দিলে যি মানুহে বহুত পছন্দ কৰিলে আৰু তেওঁৰ চেনেল তীব্ৰ বেগেৰে বৃদ্ধি হব ধৰিলে আৰু 2016 চনত তেওঁ চেনেল ৰ নাম সলনি কৰি Carryminati কৰিলে। আৰু সেই সময়তে BB ki Vines যথেষ্ট জনপ্ৰিয় আছিল আৰু তেওঁ ভাবিলে তাকে সি ৰঅষ্ট কৰিব আৰু ভি ডিও কৰিলে। কিছুমানে বহুত ভাল পালে কিন্তু BB ki Vines ৰ বন্ধুসকল এইটো ভাল নাপালে। কিন্তু BB Ki Vines এ নিজে এই ভিদিওঁ টোক সমৰ্থন কৰিলে। এই ভীদি ও টোৰ পিছৰে পৰা তেওঁৰ Subscriber এক লাখ পাৰ কৰিলে আৰু ইয়াৰ পিছতো তেওঁ বহু মানুহক ৰঅস্ত কৰি গৈ থাকিল। আৰু আজিৰ দিনত তেওঁ যি স্থানত আছে তাৰ মাহিলী উপাৰ্জন 22.5 লাখৰ পৰা 30 লৈ হয়।

6. অমিত ভাৰাণা

যদি আপুনি কমেডি ভিদিওঁ চোৱা তেন্তে অমিতক নিশ্চয় চিনিব। কাৰণ এখেতৰ চেনেলত বহু কমেডি ভৰা ভিডীও আছে, যাক চাই আহি নৰবো। যদি আজিৰ দিনত ইয়াৰ subscriber চোৱা যায় তেন্তে দেখিব 19 মিলিয়ন তকৈও বেছি। তেওঁ যি স্থানত আছে তাত যোৱা ইমান সহজ নহয়, তাৰ বাবে তেওঁ বহু বছৰ কষ্ট কৰিছে। আপুনি ভাবেনে কেতিয়াবা ইমানবোৰ subscriber আৰু viewers তেওঁ কিমান টকা মাহেলি উপাৰ্জন কৰে। এটা উৎসৰ পৰা পোৱা গৈছে যে তেখেতৰ মাহেকী় উপাৰ্জন 12.5 লাখৰ পৰা 15 লাখ লৈ হয়। এটা ইণ্টাৰ্ভিউত তেখেতে কৈছে যে তেওঁৰ বেছিভাগ উপাৰ্জন স্পঞ্চাৰ্চিপ(Sponcer) ৰ পৰা হয়।

বিষয়টোত যি উপাৰ্জনৰ কথা কোৱা হৈছে তাৰ ধৰাবন্ধা নহয়, কম বা বেছি হব পাৰে। কিন্তু youtube ৰ ক্ষেত্ৰত চেনেলটো growth হোৱাৰ কাৰণে উপাৰ্জন কমি নাযায় বৰঞ্চ বৃদ্ধিহে পাব।বিষয়টো কেনেকুৱা লাগিছে কোমেন্ত কৰি জনাব

Leave your vote

1 point
Upvote Downvote

Total votes: 1

Upvotes: 1

Upvotes percentage: 100.000000%

Downvotes: 0

Downvotes percentage: 0.000000%

2 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Hey there!

Forgot password?

Forgot your password?

Enter your account data and we will send you a link to reset your password.

Your password reset link appears to be invalid or expired.

Close
of

Processing files…