পুৱা খালিপেটত কুহুমিয়া গৰপানীৰ লগত মৌ মিহলাই খোৱাৰ লাভ

0
182

বেমাৰ কিয় হয়?

আজিৰ বিষয়টো সকলোৰে কাৰণে উপযোগী হব; কাৰণ অসুখ কাৰ নহয। সকলোৱে নিজৰ লগতে পৰিয়ালৰ সকলোৱে সুস্থ থকাটো বিচাৰে কিন্তু এনেকুৱা জানো হয়! সকলোৰে ঘৰত ঔষধৰ জনা হৈ থাকে। আমাৰ দিনৰ আৰম্ভণি ঔষধৰ পৰাই হয় আৰু ৰাতিও শেষ ঔষধতে। আজিৰ দিনত এনেকুৱা কিয় হয়? কিয় সকলোৰে ঘৰত বেমাৰ নগছে। প্ৰথম কথা আমি ইয়াৰ কাৰণ নাজানো; আমাক যদি সাধাৰণ বেজী এটাও বিন্ধে আমি চিধাই ডাক্তৰৰ তাত যাওঁ। আমি কেতিয়াও নাভাবো এ যে এই সমস্যা আমাৰ কিয় হৈছে, বিনা প্ৰশ্ন আমি ডাক্তৰক বিশ্বাস কৰি লওঁ আৰু ডাক্তৰে আমাৰ লগত বিশ্বাসঘাটকতা কৰে। মই এনেকৈ কিয় কব পাৰিছো কাৰণ আজি যি সন্তান জন্ম হয় চুই যাৰিং অপাৰেশ্যনৰ দ্বাৰা। কিন্তু মানুহৰ বাদে এই পৃথিৱীত বাস কৰা কোনো জীৱৰ চুই জাৰিঙ নহয়, সেইবুলি জন্তু পোৱালি জন্ম নোহোৱাকৈ আছেনে। সকলো জন্তুৰ সাধাৰণ ভাৱে জন্ম হয় কিন্তু মানুহৰে চুই জাৰিং হয়, হলে এইটো বিশ্বাস ঘাটক। এই দৰে বেলেগ বেলেগ ক্ষেত্ৰটো বিশ্বাসঘাতকতা কৰে, মূৰৰ বিষ হলে দিয়ে pain killer এই pain killer খোৱা ফলত আমাৰ সিৰা প্ৰণালী ক্ষতি হয় আৰু এই মূৰৰ বিষ মূৰৰ অসুখ লৈ সলনি হৈ যায়। সৰু সমস্যাক ডাঙৰ কেনেকৈ কৰিব পাৰি অই কথা আজিৰ চিকিৎসা বিজ্ঞানে ভালদৰে জানে। কিন্তু

আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি শৰীৰৰ দোষ

আমাৰ প্ৰাচীন আয়ুৰ্বেদ মতে যদি চোৱা যায় আমাৰ শৰীৰত মাথো তিনিটা দোষ আছে। সেইকেইটা হল বাত, পিত্ত আৰু কফ।

আজিকালিৰ যিবোৰ অসুখ দাইবেটিছ, হাৰ্ডএতেক, কেঞ্চাৰ। এই বেমাৰ বোৰক নাম আমি দিছোঁ আমাৰ চিকিৎসা বিজ্ঞানে দিছে। আয়ুৰ্বেদ মতে এনে কোনো বেমাৰ নাই, আয়ুৰ্বেদ মতে আমাৰ শৰীৰ তিনিটা দোষত বিভক্ত বাত, পিত্ত আৰু কফ _ এই তিনিওটাৰ যদি যিকোনো এটা যদি বেছি হয়, বা সমান নহয়। তেতিয়া আমাৰ শৰীৰত বেলেগ বেলেগ ধৰণৰ লক্ষণ দেখা দিয়ে যাক আমি বেমাৰৰ নাম দিও। এই যিবোৰ বেমাৰ এইবোৰ মুখ্য বেমাৰৰ সৰু সৰু একোটা লক্ষণহে। আমাৰ শৰীৰৰ সকলো বেমাৰৰ মূল আমাৰ পেটটো। আয়ুৰ্বেদত এয়াই কোৱা হৈছে কিন্তু আজিৰ চিকিৎসা বিজ্ঞানে এইটো স্বীকাৰ কৰেনে!

ডাক্তৰে এইটো কেতিয়াও নকয় যে অসুখটো এই কাৰণে হৈছে, তেওঁ মাথো ঔষধ দিয়ে। কিন্তু ইয়াৰ যি মুখ্য কাৰণ পেটটোৰ কথা কোনেও নাভাবে। কিন্তু আয়ুৰ্বেদত এই কথা ঠাই ঠাইয়ে লিখা আছে যে আমি পেটটো সদায় ছাফা কৰি ৰাখিব লাগে, ভাল খাদ্য খাব লাগে। কিন্তু আমি সেইটো কেতিয়াও নকৰোঁ। আমাৰ শৰীৰটো আমি বাহিৰত যিমান চাফা নকৰোঁ কিয় যদি ভিতৰত চাফা নকৰোঁ মুখত কিবা কিনি উঠিব, চুলি সৰিব, ছাল সতৰা পৰিব। যদি আপুনি শৰীৰটোক ভিতৰি চাফা কৰা তেন্তে বাহিৰত চাফাঁ থাকিব আৰু কোনোৱে বেমাৰত নপৰিব। ইয়াৰ কাৰণে আয়ুৰ্বেদে এটা বিশেষ বস্তুৰ বিষয়ে উল্লেখ কৰে সেয়া হল মৌ।

মৌ সকলোৰে ঘৰত আছে কিন্তু ইয়াক আমি অতি কম ব্যবহাৰ কৰো আৰু এনে মানুহ বহু কম আছে যিসকলে দৈনিক মৌ ব্যবহাৰ কৰে। আমি বগা চেনী ব্যবহাৰ কৰোঁ আৰু ই আটাইতকৈ ডাঙৰ কাৰণ বেমাৰ বোৰৰ। যদি আপুনি চেনীক মৌলৈ পৰিবৰ্তন কৰি লয়, তেতিয়া আপুনি সদায় সুস্থ থাকিব পাৰে।

আয়ুৰ্বেদৰ গ্ৰন্থ অষ্টাং হৰিদ্যম ত লিখা আছে যে যদি মৌ ৰাতিপুৱা খালি পেটত কুহুমীয়া পানীৰ লগত খোৱা যায় তেনেহলে প্ৰায় সকলো বেমাৰ নাইকীয়া হয়, সকলো বেমাৰ মানে ইয়াত সেইবোৰ বেমাৰৰ কথা কোৱা হৈছে যিবোৰ আজিৰ দিনত প্ৰায় হৈ থাকে গোটেই পৃথিৱীত। এই সকলোবোৰ কেবল মৌ খাই নাইকীয়া কৰিব পাৰি। কাৰণ মৌক আয়ুৰ্বেদত অমৃত কোৱা হৈছে, এনেকুৱা অমৃত যিয়ে আমাক জীৱন দান দিব পাৰে আৰু ই মানুহক দীৰ্ঘ আয়ু কৰে।

আপুনি জানেনে মৌ কেতিয়াও বেয়া হৈ নাযায়, ই যিমান পুৰণা হয় সিমান বেছি ভাল হয়। বজাৰৰ পৰা কিনি অনা প্ৰায় সকলো বস্তুৱে নষ্ট হৈ যায় কিন্তু মৌ কেতিয়াও নষ্ট নহয়, ইয়াক আপুনি 100 বছৰ 200 বছৰ যিমান ইচ্ছা ৰাখিব পাৰে। মৌ ত বহু ভিটামিন থাকে।

কোনবোৰ বেমাৰ যি খালি পেটত সদায় মৌ খালে ভাল হৈ যায়

ৰাতিপুৱা সদায় মৌ খালে কফ ৰ লগত জৰিত সকলো বেমাৰ যেনে চৰ্দি, কাঁহ, জ্বৰ আদি চিৰদিনৰ কাৰণে ভাল হৈ যায়।

যদি আপোনাৰ কাঁহ হৈছে ডাক্তৰৰ তাত যোৱা প্ৰয়োজন নাই। এক গিলাছ কুহুমীয় পানীৰ লগত এক চামূচ মৌ লওক, ইমানেই যথেষ্ট আপোনাৰ কাঁহ ভাল হবলৈ।

ইয়াৰ বাদে হাপানি ৰোগীয়ে একেলগে দুমাহ এইদৰে পানীৰ লগত মৌ মিহলাই খালে এই ৰোগ সম্পূৰ্ণৰূপে নাইকীয়া হৈ যাব।

যিবিলাক মানুহে নিজৰ ওজন কম কৰিব বিচাৰে তেওঁলোকে সদায় ৰাতিপুৱা খালি পেটত এইদৰে মৌ খাই মাহত প্ৰায় 5-8 কেজি ওজন কমাব পাৰে, কোনো খাদ্য ব্যাম সলনি নকৰাকৈ আৰু 6 মাহ ধৰি এইদৰে খাই থাকিলে 30-40কেজি ওজন কমাব পাৰে।

আমি ভাবো যিয়ে বেছিকৈ খাই তেওঁ সিমান বেছি মোটা হয় কিন্তু এইটো সকলোৰে ক্ষেত্ৰত নহয়। কিছুমান মানুহ এনে আছে যিসকলে বহু বেছি খায় তথাপিও পাতল আৰু কিছুমান এনে মানুহ আছে যিসকলে বহু কম খায় তথাপিও মোটা।

আমাৰ শৰীৰত এটা Metabolism Process কাম কৰি থাকে, যাৰ কাম আমি খোৱা খাদ্যবোৰ শক্তিলৈ ৰূপান্তৰিত কৰা। এই Process ধিমা হোৱাৰ ফলতো আমাৰ স্বাস্থ্য বাঢ়ে। সদায় ৰাতিপুৱা মৌ খালে এই procees বাঢ়ি যায় ইয়াৰ কাৰণে আমাৰ ওজন বহুত বেগত কম হয়।

মৌ সেৱনৰ জৰিয়তে আমি আমাৰ শৰীৰৰ/মুখৰ দাগ, pimple, ছাল সতৰা পৰা নোহোৱা কৰিব পাৰোঁ। ইয়াৰ কাৰণে সেই একেই পদ্ধতিত মৌ খাব লাগিব আৰু যাৰ ফলত আপোনাৰ তেজ শুদ্ধ হব আৰু আপোনাৰ তেজ বিশুদ্ধ হোৱাৰ লগত আপোনাৰ মুখৰ দাগ নিজে নিজে নোহোৱা হৈ যাব কাৰণ আমি ভাবো বয়স বৃদ্ধি হোৱাৰ লগে লগে মুখত বা শৰীৰত Pimple দেখা দিয়ে কিন্তু দেখা যায় Pimple সকলোৰে নহয়। এই pimple বোৰ আন একো নহয় আমাৰ তেজৰ লেতেৰা খিনি। এই কাৰণে আপুনি নিজৰ পেটটো চাফা কৰি ৰাখক মুখ খন নিজেই চাফা হৈ যাব।

 

যদি আপোনাৰ পেটৰ বিষৰ সমস্যা আছে সদায় ৰাতিপুৱা কূহুমিয়া পানীৰ সৈতে মৌ খালে এমাহৰ ভিতৰত ভাল হৈ যায়, সি লাগে দহ বছৰ পুৰণা বিষ এ নহওঁক কিয়। কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথা এই যে আপুনি সেই দিনত যিমান খাদ্য খোৱা তাৰে 50% কেছা খাদ্য খাব লাগিব সি ফল মূল হব পাৰে, শাক, কেঁচা খাদ্য আদি। যদি আপুনি কেঁচা খাদ্য 50% আৰু সদায় ৰাতিপুৱা মৌ খাই তেন্তে আপোনাৰ পুৰাণত কৈও পুৰণা পেটৰ বিষ ভাল হৈ যাব।

কেঞ্চাৰৰ কাৰণেই মৌ বহুত উপকাৰী। আজিৰ দিনত কেন্সাৰৰ বহু হস্পিটেল খুলিছে কাৰণ ইয়াৰ দ্বাৰা আক্ৰান্ত ৰোগী ও বাঢ়িছে। বিশ্বৰ প্ৰায় 5-10 মানুহৰ কেন্সাৰ আছে, কাৰোবাৰ তেজ কেন্সাৰ, কাৰবাৰ সিৰাৰ, কাৰোবাৰ হাৰৰ, কাৰণে লাঞ্চত, কাৰোবাৰ যদি ডিঙিত কাৰোবাৰ মুখত। আজিকালি বহু ধৰণৰ কেন্সাৰ আছে আৰু ইয়াৰ চিকিৎসা বহুত মূল্যবান আৰু এইক্ষেত্ৰত মানুহৰ মৃত্যু ও হব পাৰে। এইবাবেই কেঞ্চাৰৰ চিকিৎসাৰ বাবে আটাইতকৈ ভাল মৌ। যদি আপুনি সদায় পূৱা মৌ লয় তেতিয়া হলে আপোনাৰ জীৱনত কেতিয়াও কেন্সাৰ নহয়। ই আমাৰ শৰীৰৰ বেক্টেৰিয়া আৰু ক্ষতিকাৰক বীজাণুবোৰক নষ্ট কৰে, যিটো সকলোতকৈ ডাঙৰ কাৰণ কেন্সাৰৰ।

ইয়াৰ উপৰি মৌ আমাৰ আমাৰ হাওঁফাওঁ ৰ কাৰণে বহুত ভাল। আজিকালি নিশ্চয় আপুনিও জানিছে যে Heart Attack ৰ সমস্যা কিমান বাঢ়িছে, ভাৰতত প্ৰতিদিনে এজন হলেও এই ৰোগৰ দ্বাৰা মৃত্যু হয়। যদি আপুনি এই ৰোগৰ পৰা মুক্ত হব বিচাৰে, আপোনাৰ পৰিয়ালক মুক্ত কৰি ৰাখিব বিচাৰে তেতিয়া হলে আজিৰ পৰাই মৌ ৰ খোৱা আৰম্ভ কৰি দিয়ক, ভাল খাদ্য খাওক যাতে আপোনাৰ শৰীৰ ভালে থাকে। যদি আপুনি বাৰগাৰ, পিজজা, নোদলচ, পানী পুৰী এইবোৰ বস্তু খা য় তেন্তে আপোনাক বেমাৰে ধৰিব ই, এইটো আপোনাৰ কৰ্তব্য আপুনি বজাৰৰ পৰা খাদ্য আনে আৰু সেয়া আপোনাৰ পৰিয়ালে খাই, আপুনি যি আনে নিজৰ লৰা ছোৱালীক/সন্তানক সিহঁতে তাকে খায়, যি অভ্যাস আপোনাৰ সেইটোও যায় আপোনাৰ সন্তানত। সেইবাবে বন্ধুসকল আপোনাৰ অভ্যাস সলনি কৰক বজাৰত বিষ ও পায়, বজাৰত ফলো পোৱা যায়, বিচাৰ আপোনাৰ, টকা আপোনাৰ। ফল কিনি আনক নিজে সুস্থ থাকক পৰিয়ালক সুস্থ ৰাখক। শৰীৰৰ কাৰণে বেয়া বস্তু নানিব নাখাবো, যদি এনেকুৱা আপুনি নিজৰ আপোনাৰ যি পইচা এয় খৰচ হব বেমাৰ আৰু ঔষধত। সদায় মৌ সেৱন কৰিলে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ঈশ্বৰে আমাৰ শৰীৰত আগতেই এজন ডক্তৰ বহাই ৰাখিছে, যাতে বেলেগ ডাক্তৰৰ তাত যোৱা প্ৰয়োজন নাই। যদি আপুনি উপস্থিত থকা ডাক্তৰক শক্তি দিয়ে তেন্তে তাৰ ইমান শক্তি আছে যে সি কেঞ্চাৰৰ দৰে বেমাৰক ভাল কৰিব পাৰে। যেতিয়া আমাৰ হাড় ভাঙে নিজে নিজে জোৰা লাগি যায়, ই কেনেকৈ হয়! আমাৰ শৰীৰত এজন ডাক্তৰ আছে যিয়ে নিজেই হাড়ক যোৰ লগাই দিয়ে আৰু যিয়ে কেঞ্চাৰৰ দৰে ৰোগক ঠিক কৰি দিয়ে কিন্তু আমি ইয়াক সময়ে নিদিও আমি ইয়াক শক্তি য়ে নিদিও, সাধাৰণ অসুখ তে ঔষধ লওঁ, যেতিয়া আমি ঔষধ খাওঁ ভিতৰৰ ডাক্তৰক অসুবিধা দিয়া হয় যাৰ কাৰণে সি নিজৰ কাম ভালদৰে কৰিব নোৱাৰে আৰু ঔষধে সেই কামটো কৰিব ধৰে। সৰুৰে পৰা আমি এইদৰেই কৰি আহো কাৰণে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যাই থাকে। আৰু আমি নতুন ৰোগৰ কবলত পৰি সময়, টকা, স্বাস্থ্য সকলো শেষ কৰি পেলাওঁ।

আপোনালোকে নিশ্চয় জানিলে যে কিদৰে বেমাৰবোৰ সৃষ্টি হয় আৰু কিদৰে আমি ৰোগৰ কবলত পৰোঁ। এতিয়া সিদ্ধান্ত আপোনাৰ কি খোৱা কি নোখোৱা, কেনেকুৱা হব আপোনাৰ অন্ন তেনে হব মন আৰু শৰীৰ। আমাৰ শৰীৰ আৰু মগজু তেণেই হয় যেনে আমাৰ খাদ্য। যদি বিষয়টো উপকাৰী যেন লাগিছে Share কৰক, আৰু এনেধৰণৰ উপকাৰী বিষয়ৰ বিষয়ে পঢ়িবলৈ Kothabotora.com লৈ আহি থাকক।

Leave your vote

2 points
Upvote Downvote

Total votes: 2

Upvotes: 2

Upvotes percentage: 100.000000%

Downvotes: 0

Downvotes percentage: 0.000000%

LEAVE A REPLY

Please enter your comment!
Please enter your name here