About

স্বাগতম সকলোকে অসমীয়া ভাষাত লিখিত কথাবতৰাত। এই ব্লগটোৰ উদ্দেশ্য নানান দেশৰ নানান ভাষাৰ মানুহৰ কথাবোৰক অসমীয়া ভাষাৰ পাঠকৰ সৈতে চিনাকী কৰোৱা।

কথা বতৰাত মানুহৰ জীৱনত প্ৰয়োজন হোৱা বিভিন্ন বিষয়ে লিখা হব লগতে সেই বিষয় বা বস্তুৰ ব্যবহাৰৰ কথাও কোৱা হব। 

এই অসমীয়া ব্লগটোত বিভিন্ন বিষয় সামৰি লোৱা হৈছে যদি কিছুমান বিশেষ দিশত বেছি গুৰুত্ব দিয়া হৈছে। সেই বিষয়বোৰ যেনে তথ্য, ব্লগ, ইন্টাৰনেট, অনলাইন উপাৰ্জন, শিক্ষা আদি। সমূহ অসমীয়া পাঠক সকলক এই ব্লগটো পঢ়ি আমোদ দিবৰ বাবে চেষ্টা কৰিলো।